Thursday, April 7, 2022
ধৰা হ'ল, এটা বৃত্তক সমানে চাৰি ভাগ কৰা হ'ল । তেন্তে, প্ৰতিটো ভাগকে চাৰি ভাগৰ এভাগ বুলি কোৱা হ'ব অৰ্থাৎ, ।
Let us take a circle. Now, if you cut the circle in four equal parts then each part is called one by four i.e., .
(i) প্ৰকৃত ভগ্নাংশ (Proper Fraction): এটা ভগ্নাংশৰ যদি লবটো হৰতকৈ সৰু, তেন্তে তাক প্ৰকৃত ভগ্নাংশ বুলি কয় ।
A proper fraction is a fraction whose numerator is smaller than its denominator.
Example:
(ii) অপ্ৰকৃত ভগ্নাংশ (Improper Fraction): এটা ভগ্নাংশৰ যদি লবটো হৰতকৈ ডাঙৰ, তেন্তে তাক অপ্ৰকৃত ভগ্নাংশ বুলি কয় ।
An improper fraction is a fraction whose numerator is bigger than its denominator.
Example:
(iii) মিশ্ৰ ভগ্নাংশ (Mixed Fraction): এটা ভগ্নাংশক তাৰ ভাগফল আৰু ভাগশেষৰ ৰূপত প্ৰকাশ কৰিলে তাক মিশ্ৰ ভগ্নাংশ বুলি কয় ।
A fraction represented with its quotient and remainder is a mixed fraction.
Example:
(iv) সদৃশ ভগ্নাংশ (Like Fractions): সদৃশ ভগ্নাংশবোৰৰ হৰবোৰ একে হয় ।
The like fractions have the same denominators.
Example:
(v) অসদৃশ ভগ্নাংশ (Unlike Fractions): অসদৃশ ভগ্নাংশবোৰৰ হৰবোৰ একে হয় ।
The unlike fractions do not have the same denominators.
Example:
(vi) সমতুল্য ভগ্নাংশ (Equivalent Fractions): সমতুল্য ভগ্নাংশবোৰ দেখাত এটা আনটোতকৈ বেলেগ হয়, কিন্তু সিহঁতৰ মানবোৰ সমান হয় ।
Equivalent fractions are fractions that look different but have the same value.
Example: